হিমাংশু চহৰীয়া
My blogs
Blogs I follow
| Gender | Male |
|---|---|
| Industry | Student |
| Occupation | উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ, বিজ্ঞান শাখা। |
| Location | মংগলদৈ, দৰং, ৭৮৪১২৫, অসম, India |
| Introduction | মোৰ জীৱনৰ সপোন, আশা, অনুভৱ, অভিজ্ঞতাৰ লগতে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ কিছু তথ্যৰে এয়া 'জীৱনৰ এক দস্তাবেজ' |
| Interests | নষ্টালজিয়া, মই তোমাৰ আজন্ম প্ৰেমিক, জীৱন বাটত, জীৱনৰ এক দস্তাবেজ, জীৱন এনেদৰেই |
| Favorite movies | জয়মতী, হিয়া দিয়া নিয়া, ৰামধেনু, লটিঘটি, যৌৱনে আমনি কৰে, বাৰুদ, নায়ক, অধিনায়ক |
| Favorite music | ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, জুবিন গার্গ, অংগৰাগ পাপন মহন্ত, ৰমেন বৰুৱা, বর্ণালী কলিতা, ড০ মৌচুমী চহৰীয়া, জে. পি. দাস, জুবলী, নির্মালী দাস |
| Favorite books | অসীমত যাৰ হেৰাল সীমা, জীৱনৰ বাটত, আধালেখা দস্তাবেজ, মামৰে ধৰা তৰোৱাল, সোণ হৰিণৰ চেঁকুৰ |
