মৃণাল জ্যোতি গোস্বামী
My blogs
Blogs I follow
| Gender | Male |
|---|---|
| Industry | Education |
| Occupation | শৈক্ষিক পৰামৰ্শদাতা |
| Location | গুৱাহাটী, অসম, India |
| Introduction | নিজৰ বিষয়ে কি নো কওঁ৷ এসময়ৰ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ জেংৰাইমুখত মোৰ পিতৃভিঠা, বৰ্তমান কৰ্মসূত্ৰে থাকোঁ গুৱাহাটীত৷ নাটক ভাল পাওঁ,মাজে মাজে মনৰ ভাববোৰ শব্দৰ ৰূপ দিবলৈ চেষ্টা কৰোঁ... জীৱনটো চুই চাবলৈ যত্ন কৰোঁ...অনুভৱ কৰোঁ... আৰুনো কি কওঁ, বচ সিমানেই... |
| Interests | সাহিত্য, নাটক, লোকসংস্কৃতি, বিভিন্ন পৰিৱেশ্য কলা, গান শুনা আৰু বহুতো... |
| Favorite music | বিভিন্ন লোকসংগীত, পুৰণি অসমীয়া গীত, আৰু অলেখ... |
| Favorite books | বহু কিতাপেই ভাল লাগে, কোনখনৰ কথানো কওঁ... |
