বুলজিৎ
My blogs
Blogs I follow
| Gender | Male |
|---|---|
| Location | Dhemaji, Assam, India |
| Links | Audio Clip, Wishlist |
| Introduction | কেৰিয়াৰ আনুষঙ্গিক কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে । ............................................... ২০০০ চনৰ পৰা ইন্টাৰনেট ব্যৱহাৰ কৰি আহিছোঁ । বিভিন্ন ই-মেইল গোট আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটৰ সদস্য । ইন্টাৰনেটৰ যোগেদি সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিছো আৰু যোগাত্মক খবৰ তথা জানীবলগীয়া তথ্যবোৰ যিমান পাৰিছো ৰাইজৰ মাজত বিলাইছো। এই কামবোৰ কৰি ভাল লাগে। সেইদৰে মনত উদয় হোৱা কিছুমান ভাব বাতৰিকাকত/আলোচনী তথা ইণ্টাৰনেটৰ বিভিন্ন ই-মেইল গোট / ছ’চিয়েল নেটৱর্কিং ছাইটৰ যোগেদি ৰাইজৰ আগত মাজ মাজে দাঙি ধৰিছোঁ আৰু তাৰে কিছুমান নিজেও কার্যকৰী কৰিবলে চেষ্টা কৰিছোঁ। কেতিয়াও ক’তো কোৱা নাই যে এইবোৰ দ্বাৰা অসমখনৰ কিবা সাংঘাতিক পৰির্বত্তন আনিব পাৰিম। ইণ্টাৰনেট পৃথিৱীৰ বাহিৰতো নিজৰ সামর্থ্য , সময় , শক্তি আদি অনুযায়ী যিমান পাৰো মাজ মাজে কৰি আছোঁ আৰু যদি সম্ভৱ হয় আগলৈ নিজৰ ইচ্ছা মতে কৰি যাম বুলি ভাবিছোঁ। --------------------------------- ড° বুলজিৎ বুঢ়াগোহাঁই কেৰিয়াৰ পৰাৰ্মশদাতা ফোন: ৯৪৩৫১-৮৮৬৩০ |
