শব্দ

My blogs

About me

Gender Male
Industry Arts
Occupation Teacher
Location Lakhimpur, Assam, India
Introduction ভাস্কৰ ভূঞা বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ PhDৰ গৱেষক ছাত্ৰ৷
Interests সৃষ্টিমূলক লেখা লিখি ভাল পাঁও৷ গল্প, কবিতা, প্ৰবন্ধ, নাটক আদি সাধ্যানুসাৰে লিখিবলৈ যত্ন কৰি আহিছোঁ৷ বৰ্তমান সময়ত অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ লিখাটো মোৰ অন্যতম নিচা৷
Favorite Movies Manji-The Mountain Man
Favorite Music ভূপেন হাজৰিকা, মহহ্মদ ৰফী, মনজ্যোৎস্না মহন্ত, জুবিন গাৰ্গৰ সকলো গীতেই প্ৰিয়৷
Favorite Books হোমেন বৰগোহাঞি, নগেন শইকীয়া, হীৰেন গোহাঁই, প্ৰহ্লাদ কুমাৰ বৰুৱা, দেৱকান্ত সন্দিকৈ, ময়ূৰ বৰা, অৰবিন্দ ৰাজখোৱা আদিৰ গ্ৰন্থবোৰ প্ৰিয়৷