Prabal Goswami
My blogs
| Gender | Male |
|---|---|
| Location | India |
| Links | Wishlist |
| Introduction | নমস্কাৰ, মই প্ৰৱাল গোস্বামী, ঘৰ মৰিগাঁও আৰু কৰ্মসুত্ৰে তেজপুৰত থাকো। কবিতা মোৰ খুবেই প্ৰিয়। কবিতা পঢ়ি আৰু আবৃত্তি কৰি ভালপাওঁ। কেতিয়াবা দুই-এটা অনুভৱ লিখিবলৈও চেষ্টা কৰো কিন্তু কবিতালৈ উন্নিত হৈছে নে নাই নাজানো, তথাপি চেষ্টা কৰি যাওঁ। অসমৰ চিৰনমস্য কবিসকলৰ কবিতাসমুহক নৱপ্ৰজন্মৰ অধিক কাষচপাবলৈ You Tube আৰু Blogs জৰিড়তে এক সূক্ষ্ম প্ৰয়াস কৰি আছো। য'ত কবিতাসমুহ আবৃত্তিৰ মাধ্যমৰে আপোনাসৱৰ মাজলৈ আগুৱাই দিছো। আপোনাসৱৰ সহায় সহযোগিতা সুহৃদয়তাৰে কামনা কৰিলোঁ। ধন্যবাদ |

