অচ্যুত কুমাৰ বৰুৱা
My blogs
| Gender | Male |
|---|---|
| Industry | Education |
| Location | Jorhat, Assam, India |
| Introduction | প্ৰিয় বন্ধুসকল, আপোনাৰ প্ৰিয় গল্পটো নতুবা কবিতাটো আৰু যদি অন্য যিকোনো তথ্য ইয়াতে প্ৰকাশ কৰিব বিচাৰিছে তেনেহলে এতিয়াই মোলৈ ই-মেইল কৰি পঠাওক। আপোনাৰ লেখা ২৪ ঘণ্টাৰ ভিতৰত প্ৰকাশ কৰাৰ দিহা কৰা হব। তাৰ আগতে কেইটামান কথা মনত ৰাখিব- আপোনাৰ কথাখিনি অসমীয়া ভাষাত লিখা হব লাগিব, অসমীয়াত লিখিবৰ বাবে এভ্ৰ কীবর্ড এই ব্লগত দিয়া লিংকৰ পৰা ডাউনলড কৰক আৰু আপোনাৰ কম্পিউটাৰত ইনস্টল কৰক, আপোনি এই ব্লগত যিকোনো অসুবিধা পালে আৰু কিবা আপত্তি থাকিলে ততালিকে মোলৈ ই-মেইল কৰক। মোৰ ই-মেইল- boruah.ak@gmail.com |
