অনামিকা বড়া

About me

Gender Female
Industry Education
Location অসম, India
Favorite Music জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, বৰগীত, লোকগীত আদি সদায়ে প্ৰিয়। আধুনিক গীতসমূহৰ গীতৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি সকলোৰে কম-বেছি পৰিমাণে ভাল লাগে। নিৰ্দিষ্ট নাই। নতুনৰ ভিতৰত শংকুৰাজ কোঁৱৰ, সান্নিধ্য ভূঞা, বিশ্ৰুত শইকীয়া আদিৰ গানবোৰ ভাল লাগিছে।
Favorite Books মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ, মোৰো এটা সপোন আছে, তত্ত'চ্চান, বকুল ফুলৰ দৰে, অংক নহয় আতংক, আত্মকথা, বিশ্বাস আৰু সংশয়ৰ মাজেদি, জীৱন জীৱন বৰ অনুপম